এক মৰ্মান্তিক ঘটনাই কঁপাইছে নামৰূপত

87

এক মৰ্মান্তিক ঘটনাই কঁপাইছে নামৰূপত । নামৰূপৰ বীৰেন সিংৰ শিল কেচাৰ মেছিনৰ লোহাৰ চকা খুলি যোৱাত তিনি গৰাকী শ্ৰমিক গুৰুত্ত্ব ভাৱে আঘাত প্ৰাপ্ত হয়।তেওঁলোকক ততাতৈয়াকৈ নামৰূপ মিনি পি এইচ চি লৈ নিয়ে যদিও আঘাত গুৰুত্বৰ বুজি প্ৰাথমিক চিকিৎসা কৰি ডিব্ৰুগড় অসম চিকিৎসালৈ মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে।