এইবাৰ LMC ত ওলাল নৱজাতক চোৰ !
◾লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ওলাইছে নৱজাতক চোৰ
◾ মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ত ওলাইছে এই নৱজাতক চোৰ।
◾চিকিৎসকৰ ৰূপত অচিনাক্ত লোক প্ৰৱেশ কৰি সংঘটিত কৰে এই দুষ্কাৰ্য্য
◾ৰোগীৰ আত্মীয়ই আটক কৰি লোক জনক গতালে আৰক্ষীক
◾লীলাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোক জনক ৷