এইপৰ্যন্ত সন্ধান নোলাল নলাত উটি যোৱা শিশু অবিনাশ সৰকাৰৰ৷
৮ বছৰীয়া অবিনাশক বিচাৰি আজি পুনৰ SDRF-এ চলাব অভিযান৷
কৃত্ৰিম বানৰ কোবাল সোঁতে উটুৱাই নিছিল অবিনাশ সৰকাৰক৷
মহানগৰীৰ জ্যোতিনগৰত সংঘটিত হৈছিল এই ঘটনা৷