ষ্টাফৰিপোৰ্টাৰ, ১৯ এপ্ৰিল :: এইচ ডি এফ চি বেংক লিমিটেডে চলিত বছৰৰ ৩১ মাৰ্চত সমাপ্ত হোৱা চতুৰ্থটো ত্ৰিমাসিকত মুঠ ৬,৯২৭ কৌটি টকা উপাৰ্জনৰ বিষয়ে দেওবাৰে ঘোষণা কৰে। এক বিবৃতি যোগে এইচ ডি এফ চি বেংক লিমিটেডৰ মূৰব্বী আৰু ঔদ্যোগিক মুৰব্বী নীৰজ ঝাই কয় ” চলিত বছৰৰ ৩১ মাৰ্চ পৰ্যন্ত বেংকটোৰ মুঠ ৰাজহ আছিল ২১,২৩৬,৬ কৌটি টকা যি বিগত বৰ্ষৰ ৩১ মাৰ্চৰ তুলনাত ১৮.২ শতাংশ। ২০১৯-২০ বিত্তীয় বৰ্ষৰ ইয়াৰ মুঠ লাভ পূৰ্বৰ বৰ্ষৰ পৰা ২৪.৬ শতাংশ অধিক হৈ ২৬, ৫৭৫.৩ কৌটি টকা হৈছে।” এই ত্ৰিমাত্ৰিকটো ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ ফলত অৰ্থনীতিৰ গতি লেহেমীয়া হৈছে।
Latest article
টি-২০ ক্ৰিকেটত ১৩,০০০ ৰান সম্পূৰ্ণ বিৰাট কোহলীৰ
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ (আৰচিবি) বেটছমেন বিৰাট কোহলীয়ে সোমবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ ত মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত খেলা এখন গুৰুত্বপূৰ্ণ খেলত আন এক ঐতিহাসিক মাইলৰ...
৯ এপ্ৰিলত গুজৰাট টাইটানছৰে মুখামুখি ৰাজস্থান ৰয়েলছৰ
গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছে বুধবাৰে ইয়াত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) খেলখনত মিলিত হ'লে তেওঁলোকৰ বলিং দুৰ্বলতা অতিক্ৰম কৰাৰ ওপৰত গুৰুত্ব দিব।...
ব্যতিক্ৰমৰ উদ্যোগত ত্ৰিপুৰাত অনুষ্ঠিত ‘ব্যতিক্রম এডোকেচন কনক্লেভ ২.০’ ৰ সফল সমাপ্তি
ব্যতিক্রম উদ্যোগত আয়োজিত আগৰতলাৰ হোটেল প'লো টাৱাৰত ব্যতিক্রম এডুকেশান কনক্লেভ২.০ ৰ সফল সমাপ্তি হ'য়। প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাত আয়োজিত এই কনক্লেভত ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন...