উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী কমলাৰাণী বৰুণৰ মৃত্যু

97

ষ্টাফৰিপৰ্টাৰ, কৰ’নাত আক্ৰান্ত হৈ উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী কমলাৰাণী বৰুণৰ মৃত্যু হয়। বিগত মাহৰ ১৮ জুলাইত কৰ’নাৰ অৱস্থিতি ধৰা পৰিছিল কেবিনেট মন্ত্ৰীগৰাকীৰ দেহত। তাৰ পিছৰে পৰা লক্ষ্ণৌৰ হাস্পতালত চিকিৎসাধীন হৈ থাকি আজি মৃত্যু ঘটে মন্ত্ৰীগৰাকীৰ।