বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাই এখন আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ খেলত কোৰাচাওক ৭-০ গ’লত পৰাস্ত কৰে। খেলখনত আৰ্জেণ্টিনাৰ অধিনায়ক লিয়নেল মেছিয়ে...
উত্তৰ-পূৱ
ৰাজ্যত পুনৰ সংঘটিত হৈছে ৰেগিং কাণ্ড।এইবাৰ গোৱালপাৰা সৈনিক স্কুলত ৰেগিংৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে।জেষ্ঠ ছাত্রৰ প্ৰহাৰত আহত...
বিজনীৰ পাণবাৰী ৰাণীঘাট বনভোজস্থলীৰ হাকুৱা নৈত যুৱক সন্ধানহীন।সৰভোগৰ ৰাহুল মজুমদাৰ (১৯) নামৰ এজন যুৱক সন্ধানহীন হয় নৈখনৰ...
বিলাসীপাৰা মহকুমাৰ সীমান্তৱৰ্তী পৰ্বতঝোৰা আৰু মহামায়া বনাঞ্চলত বনদস্যুই চলাইছে ধ্বংস যজ্ঞ ।তেনে বনদস্যুৰ বিৰুদ্ধে খোৰাঘাট বনাঞ্চলিকৰ বিষয়া...
মুকালমুৱাৰ খালিহাপাৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুখন দুচকীয়া বাহনৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয়...
পূৰ্বে এক তৃতীয়াংশ সদস্য উপস্থিত নথকা বাবে স্থগিত কৰিব লগীয়া হোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভা পুনৰ...
সতৰ্কবাণী!এইবাৰ প্ৰচণ্ড গৰমে দহিব ৰাজ্যবাসী।গৰমৰ প্ৰকোপত স্তব্ধ হৈ পৰিব ৰাজ্যৰ জনজীৱন।প্ৰৱল বৃষ্টিপাত ধুমুহা বৰষুণৰ পিছতে উৎকট গৰমৰ...
উন্নয়নৰ শ্লোগান গোৱা চৰকাৰৰ ফোপোলা স্বৰূপবজালীৰ দেবোপাৰাৰ ৰাইজে উদঙালে প্ৰকৃত ছবি। বান শিবিৰ পৰিদৰ্শন কৰি দিয়া প্ৰতিশ্ৰুতি...
আজি মুকলি আকাশৰ তললৈ আহিব ৰাকেশ পাল।APSC ৰ নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত হৈছে ৰাকেশ পাল ।ADO গোচৰৰ...
যোৱা ১৬ মাৰ্চ তাৰিখে বঙাইগাঁও জিলাৰ এখন অন্যতম জলাশয়, দলনি বিলৰ সংৰক্ষণ বিষয়ক এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা...
