- উত্তৰ গুৱাহাটী আউনীআটী সত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
- কলাক্ষেত্ৰ-ঐতিহ্য ভৱন উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
- সত্ৰীয়া সংস্কৃতি সংৰক্ষণ আৰু জীৱন্ত কৰাৰ প্ৰয়াস।
- কলাক্ষেত্ৰক নৰূপ প্ৰত্যক্ষ কৰি অভিভূত মুখ্যমন্ত্ৰী।
- ড০ পীতাম্বৰ দেৱ গোস্বামীৰ সৈতে মজিয়াত বহিল সোণোৱাল।
- চৰকাৰী ধন ৰাইজৰ ধন, ধনৰ সঠিক ব্যৱহাৰ হৈছে।
- চৰকাৰী ধন অপচয় কৰিলে নেদেখাজনে অভিশাপ দিব।
- সভাত পীতাম্বৰ গোস্বামীয়ে মুখ্যমন্ত্ৰীক দিয়ে আশীৰ্বাদ।
