উজনিত ভয়ংকৰ ৰূপ ধাৰণ এনকেফেলাইটিছৰ।
পুনৰ এনকেফেলাইটিছত আক্ৰান্ত ৩ শিশুসহ এজন প্ৰাপ্ত বয়স্ক লোক।
মাজুলী, যোৰহাট, গোলাঘাটৰ ৪জন চিকিৎসাধীন এই ৰোগত।
JMCHত চিকিৎসাধীন এই ৪গৰাকী আক্ৰান্ত।
পূৰ্বে এই ৰোগত আক্ৰান্ত হৈ যোৰহাট মেডিকেল কলেজ হাস্পতালত মৃত্যু ৩ শিশুৰ ।