ষ্টাফৰিপৰ্টাৰ, আম আদমি পাৰ্টী অসমৰ লগত আঞ্চলিক গণ মঞ্চৰ এখন আলোচনা শুকুৰবাৰে অনুস্থিত হয় । এই আলোচনাত অসমৰ আঞ্চলিক ৰাজনীতি শক্তিশালী কৰাৰ ওপৰত আলোচনা হয় ।
আঞ্চলিক গণ মঞ্চৰ হৈ সাংসদ অজিত ভূঞা, মনজিৎ মহন্ত, কমল নাৰায়ণ চৌধুৰী, লাচিত বৰদলৈ, গুণ গগৈ উপস্থিত থাকে ।
Latest article
তেতেলীৰ উপকাৰীৰ কথা জানেনে
তেতেলি ( Tamarind)এবিধ বৰ উপকাৰী ফল। পকা তেতেলি দেখা মাত্ৰেই মুখত টেঙা-মিঠা অনুভৱ হোৱাৰ লগে লগেই নিগৰি আহে জিভাৰ পানী। তেতেলি দাইলত দি, শাকৰ...
যুদ্ধংদেহী ৰূপত দেখা গৈছে ভাৰতীয় সেনাক
যুদ্ধংদেহী ৰূপত দেখাত গৈছে ভাৰতীয় সেনাক। পহলগাঁৱত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাঙি পেলোৱা হৈছে এটাৰ পাছত আনটো সন্ত্ৰাসবাদীৰ ঘৰ। শেহতীয়াকৈ জম্মু-কাশ্মীৰত আৰু দুটা সন্ত্ৰাসবাদীৰ...
আপুনি কাছৰ আঙঠি পিন্ধে নে
যদি আপুনিও কাছৰ আঙঠি পিন্ধে, তেন্তে এই নিয়মবোৰ মানি চলাটো গুৰুত্বপূৰ্ণ। কাছৰ আঙঠি পিন্ধাৰ নিয়ম মানি নচলা ব্যক্তিয়ে জীৱনত নেতিবাচক প্ৰভাৱৰ সন্মুখীন হ’বলগীয়া হ’ব...