আমেৰিকা যুক্তৰাষ্ট্ৰতো ৰাম মন্দিৰ চোৱাৰ বিশেষ ব্যৱস্থা

88

ষ্টাফৰিপৰ্টাৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ৫ আগষ্টত সম্পন্ন হ’ব ৰাম মন্দিৰৰ ভূমি পূজন। ইফালে সিদিনা আমেৰিকা যুক্তৰাষ্ট্ৰতো উদ্ভাষিত হৈ উঠিব শ্ৰী ৰাম চন্দ্ৰ। নিউয়ৰ্কৰ টাইম স্কোৱেৰত শ্ৰী ৰাম চন্দ্ৰৰ থ্ৰী ডি ছবি প্ৰচাৰ কৰা হ’ব।উল্লেখযোগ্য নিউয়ৰ্কৰ বিশ্ব বিখ্যাত টাইম স্কোৱেৰত লগাই ৰখা ১৭ হাজাৰ বৰ্গ ফুট আয়তনৰ বিলবোৰ্ডত উজলি উঠিবলগীয়া ৰামচন্দ্ৰ আৰু ৰাম মন্দিৰৰ ছবি লাখ-লাখ লোকে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ’ব।