আমেৰিকাত পুনৰ গুলীচালনাৰ ঘটনা। চীফ ছুপাৰ বল পেৰেডৰ সময়তে গুলীচালনা। গুলীচালনাত এজনৰ মৃত্যু, শিশুসহ আহত ২২গৰাকী। মাৰণাস্ত্ৰধাৰী দুজনক আটক আৰক্ষীৰ। পেৰেডত অংশ লোৱাৰ বাবে সমৱেত হৈছিল সহস্ৰাধিক জনতা। কাঞ্চাছ চহৰত এই ঘটনা।