আমগুৰিত অপহৰণ কাণ্ড। মণ্টেছৰী জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ অনিকীত দুৱৰীক অপহৰণ। বিদ্যালয়ত পাঠদান চলি থকা অৱস্থাতেই ৩ অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰে ছাত্ৰজনক। বিদ্যালয় কৰ্তৃপক্ষই আমগুৰি থানাত দাখিল কৰিছে এজাহাৰ।