আপুনি কোভিড ভেকচিন লৈছিল যদি আপোনাৰ বাবে দুখবৰ!

182

আপুনি কোভিড ভেকচিন লৈছিল নেকি?

যদি লৈছিল তেন্তে আপোনাৰ বাবে আহিছে বেয়া খবৰ।

কিয়নো কোভিড ভেকছিনে বৃদ্ধি কৰে হাৰ্ট এটেকৰ আশংকা , মহিলাতকৈ পুৰুষৰ ক্ষেত্ৰত বেছি বিপদৰ আশংকা! মাৰ্কিন বিশেষজ্ঞৰ দাবীত তীব্ৰ জোকাৰণি চৌদিশ।
ফ্লৰিডাৰ শল্য চিকিৎসক জেনেৰেল ড. জোচেফ লাডাপোৱে কয় যে কোভিড-১৯ এমআৰএনএ ভেকছিনে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুৰ আশংকা বৃদ্ধি কৰে। বিশেষকৈ ১৮ ৰ পৰা ৩৯ বছৰ বয়সৰ পুৰুষৰ ক্ষেত্ৰত এনে আশংকা অধিক দেখা গৈছে।