আজি BSF ৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস।
১৯৬৫চনৰ আজিৰ দিনটোতে গঠন হৈছিল BSF।
২.৬৫হাজাৰ জোৱান থকা BSF সীমান্তত আছে অতন্দ্ৰ প্ৰহৰীহৈ।
পাকিস্তান আৰু বাংলাদেশৰ ২২৬৩ কিলোমিটাৰ সীমাৰ নিৰাপত্তাৰ দায়িত্বত আছে BSF।
ভাৰত পাকিস্তানৰ যুদ্ধৰ পাছত গঠন হৈছিল BSF।