আজি লংকাৰ ডাবলংগত Markazul Ma Aruf ৰ তৰফৰ পৰা এক হাজাৰ কম্বল বিতৰণ কৰা হয় ।
উক্ত বিতৰণ অনুষ্ঠান উপস্থিত যমুনামুখ সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুল ৰহিম আজমল ।
লগতে উপস্থিত থাকে AIUDF দলৰ বহুতো কৰ্মী ।
উল্লেখযোগ্য যে দুখীয়া দৰিদ্ৰ ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি মানব দৰদী AIUDF প্ৰধান তথা সাংসদ মৌলানা বদৰুদ্দিন আজমল চাহাবৰ নিৰ্দেশত উক্ত বৃহৎ কম্বল বিতৰণ কৰা হয় ।
ইয়াৰ উপৰিও আগন্তুক দিনত বৃহৎ আকাৰত দুখীয়া দৰিদ্ৰ ৰাইজৰ মাজত খাদ্য সামগ্ৰীৰ লাগতীয়াল সা-সামগ্ৰী কে ধৰি কম্বল বিতৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে Markazul Ma Arif ৰ কৰ্মী সকলে ।