আজি বিশ্ব জলাশয় দিৱস

37

আজি বিশ্ব জলাশয় দিৱস। বৰপেটাৰ ঐতিহাসিক কাপলা বিলত পাৰত পক্ষী উদ্যানত আজি বিশ্ব জলাশয় দিৱসটি পালন কৰা হয়।
জলাশয় সংৰক্ষণৰ যোগেদি মাছ, পক্ষী আদিক ৰক্ষণাবেক্ষণ দিবলৈ সকলোৰে মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে বন ধংশৰ নকৰবলৈ আহ্বান জনায়।


সকলোৱে পৰিৱেশ সংৰক্ষণ, জলাশয়সমূহ সংৰক্ষণ কৰি ৰাখিবলৈ সংকল্প গ্ৰহণ কৰে।
বৰপেটা ৰোড আঞ্চলিক বন বিষয়া আৰু কামৰূপ ডিভিজনৰ উদ্যোগত বিশ্ব জলাশয় দিৱসটি পালন হয় কাপলা বিলত।