আজি পুনৰ আদালতত হাজিৰ কৰোৱা হ’ব বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তক। বিগত ৩ দিনে আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈছে শুভলক্ষ্মী দত্ত। আজি অন্ত পৰিব তিনিদিনীয়া আৰক্ষী জিম্মাৰ ম্যাদ। সোমবাৰে শুভলক্ষ্মীক লগত লৈ চৰকাৰী বাসভৱনত তালাচী চলাইছিল আৰক্ষীয়ে।