আজি জম্মু-কাশ্মীৰৰ ২৪টা বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

95

আজি জম্মু-কাশ্মীৰৰ ২৪ টা বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।

৩৭০ বাতিলৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন ।

আজি ১৮ ছেপ্টেম্বৰত উপত্যকাটোৰ ২৪ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ।

আজিৰ প্ৰথম পৰ্যায়ত ২৪ খন বিধানসভা আসনত ২৩.২৭লাখ ভোটাৰে নিৰ্ণয় কৰিব ২১৯ জন প্ৰাৰ্থী ভাগ্য।