আজি জনতা ভৱনত হাজিৰ হ’ব লাগিব লীনা দলেসহ ১৭জন আৰক্ষী বিষয়া। ১০ বজাত উপস্থিত হ’ব লাগিব ১৭জন আৰক্ষী বিষয়া। বটদ্ৰৱা থানাত আচামীৰ মৃত্যু সন্দৰ্ভত আটাইকেইগৰাকীক চলোৱা হ’ব জেৰা। আৰক্ষীৰ জিম্মাত মৃত্যুৰ পাছতেই থানা জ্বলাই দিছিল একাংশ লোকে। ছফিকুল ইছলাম নামৰ লোক এজনৰ মৃত্যু ঘটিছিল আৰক্ষীৰ জিম্মাত।