সৰ্ব শিক্ষা অভিযান, অসমে আজি ঘোষণা কৰিব এলপি-ইউপি শিক্ষক যোগ্যতা পৰীক্ষা (টেট)ৰ ফলাফল। পুৱা ১১ বজাত এই ফলাফল ঘোষণা কৰা হব।
প্ৰাৰ্থীসকলে তেওঁলোকৰ ফলাফল ssa.assam.gov.in বা sebaonline.org অফিচিয়েল ৱেবছাইটত যোগে লাভ কৰাৰ লগতে স্কোৰ কাৰ্ড ডাউনলোড কৰিব পাৰে।
উল্লেখ্য যে, এলপি-ইউপি টেট পৰীক্ষা ৩১ অক্টোবৰত অনুষ্ঠিত হৈছিল আৰু ফলাফল আজি ঘোষণা কৰা হ’ব।
