আজি অৱসৰ ল’ব ফুটবল তাৰকা সুনীল চেত্ৰীয়ে

126

আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা আজি অৱসৰ ল’ব ফুটবল তাৰকা সুনীল চেত্ৰীয়ে।

ভাৰতৰ বাবে ১৫০খন খেলত অংশগ্ৰহণ কৰিছে তাৰকা খেলুৱৈগৰাকীয়ে, কেৰিয়াৰত ৯৩ সংখ্যক গল ।

আজি কুৱেইটৰ বিৰুদ্ধে ভাৰতৰ ফিফা বিশ্বকাপৰ কোৱালিফায়াৰ মেচ।

কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল।

সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’ব খেল।