আজি ২ ডিচেম্বৰ। আজিৰ এই দিনটো অসম দিৱস বা চুকাফা দিৱস হিচাপে পালন কৰা হয়। আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা আহোমৰ প্ৰথম ৰজা চাওলুং চুকাফাক স্মৰণ কৰি প্ৰতি বছৰে ২ ডিচেম্বৰত সমগ্ৰ অসমতে অসম দিৱস বা চ্যুকাফা দিৱস পালন কৰা হয়।