আজিৰে পৰা ৰাজ্যৰ ২৫খন জিলাত বন্ধ বিদ্যালয়ৰ পাঠদান

104
  • আজিৰে পৰা ৰাজ্যৰ ২৫খন জিলাতে বন্ধ থাকিব বিদ্যালয়ৰ পাঠদান।
  • অষ্টম শ্ৰণীলৈকে পাঠদান বন্ধ থাকিব বিদ্যালয় সমূহত।
  • ১০০তকৈ অধিক কোৰোণা আক্ৰান্ত জিলাত বন্ধ থাকিব বিদ্যাল়য়।
  • কামৰূপ গ্ৰাম্য, ডিব্ৰুগড়, শোণিতপুৰ, নগাঁও, তিনিচুকীয়াত বন্ধ থাকিব বিদ্যালয়।
  • যোৰহাট, বৰপেটা, কাছাৰ, কাৰ্বি আংলং, গোলাঘাট, দৰং, হোজাই, বঙাইগাঁৱতো বন্ধ বিদ্যালয়।
  • নলবাৰী, শিৱসাগৰ, কৰিমগঞ্জ, গোৱালপাৰা, কোকৰাঝৰ, ধেমাজি, চিৰাং, লখিমপুৰ, মৰিগাঁও, ধুবুৰী, বিশ্বনাথতো পাঠদান বন্ধ।
  • কামৰূপ মেট্ৰতো বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান।
  • বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, হোষ্টেল, কোছিং চেণ্টাৰ সকলো বন্ধ।
  • এটা দিনতে ১০০০ৰো অধিক লোক কোৰোনাত আক্ৰান্ত হোৱা বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।