আইনত পৰিণত হ’ল নাৰীশক্তি বন্দন অধিনিয়ম

316

আইনত পৰিণত হ’ল নাৰীশক্তি বন্দন অধিনিয়ম। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে মঞ্জুৰ কৰিলে বিধেয়কখন। ৰাষ্ট্ৰপতিৰ মঞ্জুৰীৰ পাছতে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰে অধিসূচনা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতে কাৰ্যকৰী হ’ব এই আইন। আইন কাৰ্যকৰী হ’লে লোকসভা, বিধানসভাত ৩৩% আসন সংৰক্ষণ হ’ব মহিলাৰ বাবে।