September 11, 2026

অসম

ধুবুৰীত সংঘটিত শোকাবহ নাও দুৰ্ঘটনাৰ পিছতে কৰ্মত গাফিলতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে দলং নিৰ্মাতা কোম্পানীৰ দুই অভিযন্তাক।...
অহা ৮ অক্টোবৰত অসমত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় জনতা পাৰ্টীৰ গণ যোগদান অনুষ্ঠান বাতিল কৰা হৈছে। ইয়াৰ পূৰ্বে...
মহানগৰবাসীক দুৰ্গাপূজাৰ উপহাৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পূজাৰ এদিন পূৰ্বে অৰ্থাৎ শুকুৰবাৰে মুকলি কৰা হ’ল...
সীমান্ত কুমাৰ দাসক হোজাইৰ উপায়ুক্ত নিযুক্তি। হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীক আনুষ্ঠানিকভাৱে নিলম্বনৰ পিছতে নিযুক্তি প্ৰদান সীমান্ত কুমাৰ...
আকৌ চান্দা সংস্কৃতিৰ বিৰোধিতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দুৰ্গা পূজাৰ পূৰ্বে চান্দা সংস্কৃতি বন্ধ কৰিবলৈ অনুৰোধ মুখ্যমন্ত্ৰীৰ।...
স্থানীয় লোকক দুৰ্ব্যৱহাৰৰ অভিযোগত নিলম্বন হোজাই জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে তাৎক্ষণিকভাৱে নিলম্বন কৰা হয়...
মহানগৰীত এজন ছাত্ৰৰ সন্ধানহীনতাক লৈ তীব্ৰ চাঞ্চল্য। বুধবাৰে বিদ্যালয়ৰ পৰা অহাৰ পথৰ পৰাই সন্ধানহীন অনাধীন কলিতা দত্ত...
ধুবুৰীত ভয়ংকৰ নাও দুৰ্ঘটনা! ধুবুৰীৰ ভাচামী চৰত ১০০ জন যাত্ৰীসহ ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিল যন্ত্ৰচালিত নাও। দলঙৰ খুঁটাত...
গুৱাহাটীঃ ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া টি-২০ খেলৰ পৰিপ্ৰেক্ষিতত আজি গুৱাহাটীত উপস্থিত হ’ব ভাৰত...