বৃহস্পতিবাৰে নগাঁও আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ জালনোটসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে। প্ৰাথমিক তথ্য অনুসৰি নগাঁও জিলাৰ...
অসম
পুৱতি নিশা তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আলফা স্বাধীন আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড গুলীয়াগুলি। এই সংঘৰ্ষত নিহত আলফা স্বাধীনৰ...
ৰাজ্যজুৰি অব্যাহত আছে বাল্যবিবাহ বিৰোধী অভিযান। এই পৰ্যন্ত ৰাজ্যত বাল্য বিবাহৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা...
গহপুৰত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পাৰিবাৰিক সংঘাতৰ কাৰণেই সংঘটিত হয় কৰুন পৰিণতি। স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে...
মঙলবাৰে নগাঁও জিলাত আৰক্ষীয়ে অভিযান চলাই ৪৮.৮৪ গ্ৰাম হেৰ’ইনসহ ৩জন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ৪টা চাবোনৰ...
নিউজ ডেস্কঃ বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা অবৈধ স্বামীক ৰাখিবলৈ ঠাইৰ অভাৱ ঘটিছে কাৰাগাৰাত। যাৰ বাবে শিলচৰত...
এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে কাজিৰঙাৰ ১নং শিলডুবিত। পিতৃৰ কুঠাৰৰ ঘাপত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এজন পুত্ৰই। হত্যাকাণ্ড...
এআইইউডিএফৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। এগৰাকী যুৱতীক অপহৰণ কৰি শাৰিৰীক-মানসিকভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ চেঙা সমষ্টিৰ...
মৰাণত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। মৰাণৰ সমীপৰ খোৱাং দুলীয়াবামত এখন স্কুটী আৰু বলেৰ’ পিক্-আপৰ মাজত হয়...
গোলাঘাট জিলাত সোমবাৰে নিশা ধাননি পথাৰত মৃত অৱস্থাত উদ্ধাৰ হয় এটা এশিঙীয়া গঁড়। জিলাখনৰ পদুমনি অঞ্চলত স্থানীয়...
