অসমৰ সমষ্টি পুণৰগঠন ২০২১ চনৰ পূৰ্বে সম্পূৰ্ণ কৰাৰ দাবী

102

ষ্টাফৰিপৰ্টাৰ, অসমৰ সমষ্টি সমূহৰ পুণৰগঠন ২০২১ চনৰ পূৰ্বে সম্পূৰ্ণ কৰাৰ দাবী জনাইছে অসম ৰাজ্যিক সমষ্টি পুণৰগঠন সমিতিয়ে। সমিতিৰ সভাপতি সোণাৰুল শ্বাহ মুস্তাফাই এই দাবী উত্থাপন কৰি কয় ” প্ৰাক্তন বিজেপি সাংসদ আৰ পি শৰ্মাই সমষ্টি পুনৰ গঠনৰ বিৰোধিতা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা পি আই এল নম্বৰ ৬২/২০০৭ মোকৰ্দমাৰ সমষ্টি পুনৰগঠন আয়োগৰ পক্ষৰ ক্ৰমিক নং ৭ ৰ আবেদনকাৰী আছিল। দেশৰ বিভিন্ন ৰাজ্যত সমষ্টি পুনৰ গঠন হোৱাৰ পাছতো অসমৰ সমষ্টি সমূহ পুনৰ গঠন নোহোৱাটো দুৰ্ভাগ্যজনক। প্ৰয়োজন হলে আগন্তুক ২০২৬ চনত আকৌ সমষ্টি সমূহ পুনৰ গঠন পাৰে।”