অসমৰ বৰ্ধিত অপৰাধ নিয়ন্ত্ৰণৰ বাবে DGP জি পি সিঙৰ বিশেষ তৎপৰতা

471

অসমৰ বৰ্ধিত অপৰাধ নিয়ন্ত্ৰণৰ বাবে DGP জি পি সিঙৰ বিশেষ তৎপৰতা। অপৰাধমূলক ঘটনাৰ তদন্তৰ ক্ষেত্ৰত অসম আৰক্ষীত কেতবোৰ নতুন সিদ্ধান্ত। এতিয়াৰে পৰা UBৰ ASI-এ কৰিব অপৰাধমূলক ঘটনাৰ তদন্ত। লেন্সনায়ক, নায়ক ৰেংকৰ আৰক্ষীয়েও কৰিব পাৰিব অপৰাধমূলক ঘটনাৰ তদন্ত। বিগত বৰ্ষৰ জুলাইত হৈছিল SPৰ সন্মিলন।