অসমত ১ মাৰ্চত অনুষ্ঠিত হব ৰাজ্যসভাৰ উপ নিৰ্বাচন

69

উপ-নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত কৰা হ’ব খালী হৈ থকা ৰাজ্যসভাৰ সদস্য পদ। চলিত বৰ্ষৰ ১ মাৰ্চত অনুষ্ঠিত কৰা হ’ব উপ-নিৰ্বাচন। বিগত বৰ্ষৰ ২১ নবেম্বৰত সদস্যপদ ত্যাগ কৰিছিল বিশ্বজিৎ দৈমাৰীয়ে। ১৮ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য্য কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে।