অসমত বৃহস্পতিবাৰৰ দিনটোত নতুনকৈ কৰ’না আক্রান্তৰ সংখ্যা ১০৪৭

96

ষ্টাফৰিপৰ্টাৰ, অসমত বৃহস্পতিবাৰৰ দিনটোত নতুনকৈ ১০৪৭ কৰ’না আক্রান্তৰ সংখ্যা লৈ বৃদ্ধি পায়। ইয়াৰে ২১৯ জন কেৱল গুৱাহাটী মহানগনৰীৰ। উল্লেখ্য অসমত মুঠ কৰ’না আক্ৰান্তৰ সংখ্য ২৮,৭৯১ জন। ইয়াৰে ১৯,৩৫০ জন সুস্থ হৈ উঠিছে। ৯৩৬৮ গৰাকীৰ চিকিৎসা চলি আছে। উল্লেখ্য অসমত কৰ’নাত ৭০ জন লোকে প্ৰাণ হেৰুৱাইছে। এই কথা স্বাস্থ্য মন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জনাইছে।