অভিনেতা অক্ষয় কুমাৰে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব

169

‘হৃদয় আৰু নাগৰিকত্ব দুয়োটাই হিন্দুস্তানী’। উল্লেখযোগ্য যে অভিনেতা অক্ষয় কুমাৰে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব। ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি অভিনেতাগৰাকীয়ে এনেদৰে জনালে স্বাধীনতা দিৱসৰ শুভেচ্ছা যে ‘হৃদয় আৰু নাগৰিকত্ব দুয়োটাই হ’ল হিন্দুস্তানী’।