অ’এনজিচি বিষয়াৰ অপহৰণৰ ঘটনা সন্দৰ্ভত শিমলুগুৰি আৰক্ষী থানাত শিৱসাগৰ আৰক্ষী অধীক্ষকৰ সংবাদমেল

84
purbottar-asomiya-favicon

লাকুৱাৰ ঘটনাৰ আঁৰত আলফা জড়িত বুলি স্বীকাৰ শিৱসাগৰ আৰক্ষী অধীক্ষকৰ। অপহৰণ ঘটনাত উদ্ধাৰ হোৱা নম্বৰবিহীন মটৰ চাইকেলৰ গৰাকী বিৰাজ চেতিয়াক আটক। ফেচবুকৰ জৰিয়তে বিৰাজ চেতিয়াই চিনাকি হৈছিল আলফাৰ সদস্য বিপ্লৱজ্যোতি মহনৰ সৈতে। আলফাৰ সদস্য বিপ্লৱজ্যোতি মহনে সমগ্ৰ অপহৰণ ঘটনা সংঘটিত কৰিবলৈ বিৰাজ চেতিয়াক যোগান ধৰিবলৈ কৈছিল এখন মটৰ চাইকেলৰ। 20,000 টকাত বিৰাজ চেতিয়াই আলফা সদস্য বিপ্লৱ জ্যোতি মহনক যোগান ধৰিছিল মটৰ চাইকেলখন। বিৰাজ চেতিয়াৰ ঘৰ মগৰাহাট চেতিয়া গাঁৱত।